Wednesday, March 13, 2013

অভিমানী










জানো, বৰষাৰ পাৰতেই আছে 
 অভিমানী ফাগুন ৰৈ
বতাহত উৰুৱাই বৰদৈচিলা
সুহুৰিয়াই সুহুৰিয়াই মাতিলো ক’তনা
নাচালেই উলটি-উভতি
ডালে পাতে সিঁচি দিলে
ৰঙীণ আবিৰ মুঠি
নমতাকৈ অহাৰ জাননি...



No comments:

Post a Comment