Saturday, March 16, 2013

সোনালী সাঁজ






  ৰুপালী কাৰেং ঘৰত
   কাৰ  সোনালী  সাঁজ
  খুলি  থলে   আৱতৰীয়া ,
  আৱৰণ জুৰণিৰ   
   সুৰীয়া  সুৰ  তাৰ  নিভাজ !
  অনুভূতিৰ দহিৰে বতা
  শুকুলা আঁচলখনি
    বুতা বচা তৰাৰ আকাশ
   মায়াময় সুনীলত যেন
   দীপ্তিময়  তেজস্বী প্ৰকাশ


No comments:

Post a Comment