Thursday, February 7, 2013

জলছবি









নিস্তৰঙ্গ  জলৰ
সুগভীৰ  স্বৰ-লালিত্য়
ভৰি  উঠে  প্ৰশান্তিময মন
সৌৰ্ন্দয়্য় আৰু সুষমাৰ
প্ৰাণচাঞ্চল্য়  জোৱাৰ
চঞ্চলা-চপলা  নদী
ভাহি উঠে  টুলবুলীযা নাও
চাবে  চাবে  পাৰ  ভাঙে
উচাহৰ  হিল-দল
বোৱতী  নদী প্ৰৱাহমান..

No comments:

Post a Comment