মন কহুৱা বন
Home
My photographs চিত্ৰশালা
spectrum অনান্য
Edit
Edit
Monday, February 2, 2015
বৰণ
চজিনা ফুলেৰে ডাল ভৰিলে
চেৰী ফুলা যেনেই লাগে
ওৰহী ফুলে সেউজীয়া চাদৰত
বেঙুণীয়া আঁচু ফুল বাচে
জিকাফুলীয়া শাৰীখন পিন্ধিলে
তুমিয়েই চোন কোঁৱা
ৰঙা ৰঙেৰেই তোমাক ভাল লাগে !
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment