মন কহুৱা বন
Home
My photographs চিত্ৰশালা
spectrum অনান্য
Edit
Edit
Thursday, June 28, 2012
চাতক
যিহকে নোকোৱা কিয় তুমি
হৈ উঠে বাৰিষাৰ গান
যিহকে নোগোৱা কিয় তুমি
আনে সি উন্মক্ত বান,
ধ্ল হৈ উটি যায় দুখবোৰ
সুখবোৰ ফুলি উঠে পাৰিজাত হৈ
তুমি অহাৰ বাতৰি পাই
তৄষ্ণাতুৰ চাতকৰ দৰে
মই পিউ আজলী ভৰাই
ভয় হয় জানোচা ই
থিতাতে হেৰাই.......
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment