Wednesday, May 16, 2012

বহ্নিশিখা

কেতিয়াবা   দুখৰ  দিনতো 
 উপচি   থাকে  চোতাল
ভাৰাক্ৰান্ত   উশাহবোৰে
বহি থাকে  আচঁল  মেলি
খেলি মেলি বতাহ  জাকক 
সুধি  তাৰ  থিকনা...

No comments:

Post a Comment