Sunday, July 19, 2020



এপাহি দুপাহিকৈ


এথোপা হাঁহি


ফুলৰ বৰণেৰে


গাঁথিছে পাহি


শুভ্ৰ, গোলাপীৰে


দেহ মন জুৰুৱা,


মনে মতলীয়া


বতাহ ঐ কুৰুৱা,


বাগিচা সজোৱা


মধুৰ মুৰুতি


মৌচাক ভৰোৱা


সুৰভিত কবৰি।

No comments:

Post a Comment