Friday, August 30, 2013

বৰ্ষাসিক্ত

     কামৰ পৰা ওলায়ে পালো , এটোপ দুটোপ বৰষুণ , গেট পাৰ হওঁতেই , হঠা‍ত্‍ মূৰ তুলি চালো , মনতো ফৰকাল হৈ গ’ল, ইচ~ কেমেৰাটো লগত থকা হ’লে,
     ম’বাইল টোকে লৰালৰিকৈ  উলিয়াই ল’লো.....!

No comments:

Post a Comment