Wednesday, July 31, 2013

শতজান !





এইবাৰ ঘৰলৈ গৈ ভন্টিহঁতৰ লগত শতজানলৈ গলো, ইমান ওচৰতে থকিও ইমান দিনে নেদেখা ঠাই টুকুৰাৰ খবৰ, ইনটাৰনেটৰ জৰিয্তেহে পোৱাত কিছু আচৰিতো হৈছিলো, বাঃ আমাৰ ইমান ওচৰতে ইমান পৰিভ্ৰ্মী চৰাই অথচ আমি ভূকে নাপাও……

No comments:

Post a Comment