Saturday, June 8, 2013

বান

  সুহুৰিয়াই  চালো 
  বুকুতেই  পালো
 গাজি থকা দোকোল-টকা মেঘ
 পাৰাপাৰহীন উচ্ছল আবেগৰ উন্মেষ
  ওফণ্ডি উঠা ঢৌবোৰে মাথো ক’লে
  যেনিয়েই যায়  চকু
  তেনিয়েই হেনো
 (তুমি)জুৰাই আছা বুকু...

No comments:

Post a Comment