Sunday, September 23, 2012

প্ৰতিক্ষণ

তুমি  নথকা  ক্ষণ  বোৰতো 
ভৰি   থাকে  হৃদয়ৰ  একোণ
আগে  পাছে   খোজ  দিয়ে
হালি-জালি   দুপৰৰ   জোন

No comments:

Post a Comment