Sunday, July 31, 2011

হিৰন্ময়ী দিন

 
   বৰ্ষাৰ  উদাস  কাৰুণ্য়তাযো
   ম্লান  কৰিব  নোৱাৰা
   শীতৰ  সেমেকা  ৰাতিবোৰতো
    উমাল  জুইৰে  অনুপ্ৰেৰিত  কৰা
     কোনো এক  হিৰন্মযী  দিনৰ 
     প্ৰেমত  পৰিলো
     সেই  স্বপ্নতে  লুকাই  আছে
      মানুহ  হোৱাৰ  গান
      জীৱনৰ  অবিকৄত  ছন্দ-তান
 
  

No comments:

Post a Comment