পোহৰ বাটৰ
হেঁপাহ জিলমিল,
ৰৈ থাকে মলয়া
ছন্দ আহিব হৈ চিলমিল!
সেউজত উজলে
অম্লান দ্যুতি,
থুপিতৰাই সজাই
এজাক তৰালী,
পোহৰ বাটৰ
হেঁপাহ জিলমিল,
বৈ থকা মলয়াৰ
ছন্দত চিলমিল!
সেউজত উজলে
অম্লান দ্যুতি,
থুপিতৰাই সজাই
এজাক তৰালী,
পোহৰ বাটৰ
হেঁপাহ জিলমিল,
বৈ থকা মলয়াৰ
ছন্দত চিলমিল!
No comments:
Post a Comment