মন কহুৱা বন
Home
My photographs চিত্ৰশালা
spectrum অনান্য
Edit
Edit
Sunday, June 20, 2021
আউসীৰ কাজল নাশি
সূৰ্য্য আহিব নামি,
দূৰ হ'ব অমানিশা,
জিলিকি জোনাকী শিখা,
দোকমোকালিত নামিব
দোপ দিয়া প্ৰহৰ,
অম্লান জেউতিৰ
শুভ্ৰ পোহৰ,
আঁতৰিব ছয়াময়া ছাঁয়া
উজলিব কান্তিৰ মায়া,
খোল খাব বাংময় মালিতা
ঔ-ফুলীয়া পোহৰত
জিলিকিব শব্দৰ শলিতা!✨
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment