কান্তি তোৰ সুশোভন,
দিলি বাকি প্ৰাণত
ৰূপ তোৰ বিমোহন,
সুহুৰিত বজালি
কি সুৰ তুলিলি,
অমৃতময় কথাৰ
ৰাগ এটি জুৰিলি,
শতদলৰ সুষমাৰ
পৰশ সানিলি,
মন জুৰুৱা গীতৰ কলি
এটি গুণগুণালি!
No comments:
Post a Comment