মন কহুৱা বন
Home
My photographs চিত্ৰশালা
spectrum অনান্য
Edit
Edit
Tuesday, March 16, 2021
কেলৈ ফুলিলি
চʼততে ফুলিলি
লাহিকৈ পাহি ঐ,
বতাহত উৰিলে
পলাশৰ হাঁহি ঐ,
ওঁঠতে বোলালি
ৰহণ সোনেতৰা,
জেতুকা বুলীয়া
ৰঙত মৌৱেসনা,
চতুৱা মুগাৰে
পকোৱা সূতা ঐ,
কʼৰেনো বিহগীৰ
মাতে অমিয়া ঐ!
২চʼত,
বৰ্ণালী
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment