Saturday, October 23, 2021










উৰি অহা কাকলিয়ে 
 পাখিত বয় সমীৰৰ বাতৰি,
 ফুলি উঠে বাগিচাৰ 
 সুকোমল শেৱালী 
সুৰ তুলি সুষমাৰ 
জিলিকে সৃষ্টি অনাদি
 ডেউকা মেলে সময়ে 

 উৰুৱাই পল অপ্ৰমাদী

No comments:

Post a Comment