Monday, November 5, 2012

সোপান

নিজানত  শব্দৰ  সোপান

নামি আহে  ধূলিয়ৰি  বাটেদি

উমলগা  আবেগৰ চাদৰ  সাৱটি

খলা-বমা বাটেদি  বোলে সপোনৰ  বাট

No comments:

Post a Comment