Friday, October 12, 2012

সৌন্দৰ্য

সৌন্দৰ্য ই    সুধাৰ  আকৰ
ৰংহীন  ৰূপহীন  গোন্ধ -স্বাদ  বিহীন
 অৰ্নিবচনিয় আনন্দৰ  বৰণীয়া   বাখৰ
বৰ্ণময়  অনুভৱৰ  লাৱন্যময়  প্ৰকাশ  প্ৰখৰ
তাতেই  মজি   মজি   জী   থাকো
আকণ্ঠ   পাণ  কৰো  বিবিধা
কালোৰ্ত্তীন  এক   অনাবিল  প্ৰশান্তিৰ 

No comments:

Post a Comment