Thursday, August 16, 2012

ব্যাপ্তি

নাই  বুলিনো  কেনেকৈ  ধৰি  ল’লা
যদি  উপস্থিতিয়েই   তোমাৰ  কামনা
আজুৰি  আনা   বিহগী  ৰ’দালি   মন
অন্তৰাত্মাতেই যে  অৱস্থিতি  প্ৰতিক্ষন

No comments:

Post a Comment