Thursday, July 12, 2012

চৰাই চুবুৰীৰ গান


হাতেৰে বন্ধা হাত
তাতেই  আছে নিৰ্ঘাত
বকুল ফুলৰ নিৰ্য়াস


সুবাস নো পালা ক’ত
গুটি-মালি তুলিবৰ নৌ হয এথোন
ফুলেয়ে সদায দিযে ৰঙীন সপোন

No comments:

Post a Comment