Thursday, July 12, 2012

নদী তুমি


বৰষাৰ সুঘ্ৰাণ লৈ
কোমল মেঘত মুখ থৈ
কোন তুমি আলসুৱা নদী
বৈ যোৱা শীৰ্ণ বুকু ভৰুণ কৰি
তপ্ত বুকুত লহৰৰ কোলাহল
আবেগেৰে যেন ওখল-মাখল

No comments:

Post a Comment