মন কহুৱা বন
Home
My photographs চিত্ৰশালা
spectrum অনান্য
Edit
Edit
Saturday, June 2, 2012
জোনাকী পথ
এই বাটেদিয়েই আহ যাহ মোৰ
ক্ষণে ক্ষণে ৰঙ সলোৱা
সেন্দুৰীয়া সোনাৰুৱে আমোলমোলোৱা
সুগন্ধি বতাহে কৰে অগাদেৱা
চিপ-চিপ বৰষুণে ধুই নিয়ে
কৄষ্ণচূড়াৰ কোমল পাজিসেৰীয়া থোপা
কোন নাচনীৰ শুৱাবি তই
কলডিলীয়া খোপা....
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment