Thursday, February 16, 2012

কি ফুল...






কেতিয়াই কলো দেখোন তোমাক

 
প্ৰিয় ফুল  মোৰ গোলাপ 


..
ক্ণ্টকাৰ্কীণ   হৈয়ো যি বিলাব পাৰে সৌৰভ



হাঁহি  মুখে সহিব পাৰে ঘাত প্ৰতিঘাত...

পিষ্ট হোৱা হাত দুখনিতো থাকি যায়




 যাৰ সুবাস...!!!

No comments:

Post a Comment