Thursday, February 16, 2012

অঙ্গীকাৰ





    প্ৰতিশ্ৰুতি আছিল


   পুৱতি নিশাৰ সপোনজাক জীপাল কৰাৰ


    ফেঁহুজালীৰ ৰঙেৰে আৱিৰ সনাৰ


    দুপৰীয়াৰ স্তব্ধতাবোৰ


   আবেলিৰ হেঙুলীয়াবোৰ


    চন্দ্ৰিকাৰ মধুৰতাবোৰ


    সামৰি লোৱাৰ


    এই বাটতে...

No comments:

Post a Comment